বিশ্বৰ সৰ্ববৃহৎ মছলা উৎপাদনকাৰী দেশ
প্ৰথমখন দেশ হৈছে ভাৰত -- ভাৰতত কমেও ৭৫ বিধ মছলা উৎপাদন। ইয়াৰ ভিতৰত আছে জলকীয়া, হালধী, জালুক, নহৰু।
দ্বিতীয়খন দেশ হৈছে তুৰস্ক -- জিৰা, অৰেগানো, ডালচেনি উৎপাদনৰ বাবে তুৰস্ক সুপৰিচিত।
তৃতীয়খন দেশ হৈছে বাংলাদেশ -- দেশেখনত উৎপাদন কৰা সাধাৰণ মছলাসমূহৰ ভিতৰত আছে নহৰু, আদা, জালুক আদি অন্যতম।
চতুৰ্থখন দেশ হৈছে চীন -- চীনত বৃহৎ পৰিমাণৰ ষ্টাৰ এনিজ, আদা, জলকীয়া আৰু বহুতো।
পঞ্চমখন দেশ হৈছে ইণ্ডোনেছিয়া -- ইণ্ডোনেছিয়াত লং, আদা, জাইফল, জাইফুল আৰু অন্যান্য মছলা উৎপাদনৰ বাবে পৰিচিত।
ষষ্ঠখন দেশ হৈছে পাকিস্তান -- পাকিস্তানত উৎপাদিত মছলা হ’ল হালধী, দালচেনি, জালুক, জলকীয়া আৰু অন্যন্য।
সপ্তমখন দেশ হৈছে ইথিওপিয়া -- ইথিওপিয়াত উৎপাদিত মছলা হ’ল মেথি, জিৰা, জলকীয়া আৰু অন্যন্য বহু।
অষ্টমখন দেশ হৈছে নেপাল -- নেপালত মেথি, আছাফেটিডা, নহৰু, আদা, ইলাচি আৰু কেঁচা জলকীয়া আদি উৎপাদনৰ বাবে সুপৰিচিত।
নৱমখন দেশ হৈছে কলম্বিয়া -- কলম্বিয়াত আদা, তেজপাত, কেশৰ, হালধী আদিৰ উৎপাদনৰ বাবে ই সুপৰিচিত।
দশমখন দেশ হৈছে ম্যানমাৰ -- ম্যানমাৰত আদা, তেজপাত, থাইম, কেশৰ আৰু বহু।
আমৰ পাতৰ উপকাৰিতা