ঐতিহাসিক পুৰণিগুদাম জামে মছজিদ; প্ৰতিষ্ঠা - ১৮২৪; নগাঁও জিলাৰ পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ন আলিৰ মূৰত অৱস্থিত এই মছজিদটো

আজানৰ বাবে এগৰাকী মহিলাৰ ১ লাখ টকাৰ দানেৰে নিৰ্মাণ কৰা মছজিদৰ মিনাৰটো উঠাই ৭৫ ফুট দূৰলৈ স্থানান্তৰ কৰা হৈছিল

মিনাৰৰ পৰা আজান

মিনাৰৰ পৰা আজান

মিনাৰটো স্থানান্তৰ কৰিবলৈ কাম কৰিছে শ্ৰমিকে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ বাবে মিনাৰটো স্থানান্তৰ কৰাটো প্ৰয়োজন হৈছিল

পুৰণিগুদাম জামে মছজিদৰ ভিতৰভাগ

পুৰণিগুদাম জামে মছজিদৰ ৱাজুখানা

পুৰণিগুদাম জামে মছজিদ চৌহদত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাত্ৰীসকলৰ বাবে খোৱা পানীৰ ব্যৱস্থা

অমিতা ফুলৰ উপকাৰিতা

click here to new story