বেবী পাউডাৰ ব্যৱহাৰ কৰোঁতে মনত ৰাখিব

পাউডাৰ ব্যৱহাৰৰ সময়ত ইয়াৰ গোন্ধ যাতে সন্তানে নাপায় আৰু মুখলৈ নিনিয়ে।

কেতিয়াও পাউডাৰ পোনপটীয়াকৈ সন্তানৰ গাত ঢালি নিদিব৷

প্ৰথমে ইয়াক আপোনাৰ হাতৰ তলুৱাত লৈ পাছত লাহে লাহে সন্তানৰ ছালত প্ৰয়োগ কৰিব৷

চকু, নাক, মুখ, কাণ আদি সংবেদনশীল অংশৰ চাৰিওফালে পাউডাৰ প্ৰয়োগ নকৰিব।

সদায় সীমিত পৰিমাণতহে পাউডাৰ প্ৰয়োগ কৰিব৷

সন্তানৰ কাপোৰত যাতে পাউডাৰ লাগি নাথাকে।

বেবী পাউডাৰ ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব৷

যদি সন্তানৰ ছাল অত্যন্ত সংবেদনশীল হয়, তেন্তে বেবী পাউডাৰ ব্যৱহাৰ নকৰিব৷

প্ৰাকৃতিক আৰু এচবেষ্টছ বিহীন পাউডাৰ ব্যৱহাৰ সুৰক্ষিত বুলি গণ্য কৰা হয়৷

পৰ্যটকৰ বাবে আকৰ্ষনীয় ভাৰতৰ আটাইতকৈ ধুনীয়া নদীৰ পাৰ

click here to new story