যাত্ৰাৰ সময়ত বমি দূৰ কৰাৰ কেইটামান উপায়
ইলাচি-- সেউজীয়া ইলাচি সেৱন কৰিলে বমিৰ লগতে বমিৰ সমস্যাও সহজেই সমাধান হয়৷ যিকোনো ধৰণে সেৱন কৰিব পাৰে৷ চোবাই খালে বহু উপকাৰিতা লাভ কৰিব৷
নেমু-- নেমুত থকা ভিটামিন চি-এ বমিৰ প্ৰৱণতা হ্ৰাস কৰে। ইয়াৰ চৰৱতও সেৱন কৰিব পাৰে বা ইয়াৰ ৰস উলিয়াই পোনপটীয়াকৈ পান কৰিব পাৰে৷
চফ-- হোটেললৈ গ’লে খাদ্যৰ বিলৰ লগতে চফগুটিও দিয়া হয়৷ ই কেৱল মাউথ ফ্ৰেছনাৰ হিচাপে কাম কৰাই নহয়, বমিৰ সমস্যাৰ দূৰ কৰাৰ ক্ষেত্ৰতো ই ফলপ্ৰসূ৷
লং-- লং প্ৰত্যেক ঘৰতে সহজে পোৱা উপাদান যদি বমি বন্ধ কৰিব বিচাৰে, তেন্তে লং মুখত ৰাখিলে বমি বন্ধ হয়।
নিয়মীয়া ধ্যান অভ্যাসৰ উপকাৰিতা