শিশুৰ হাড় তথা পেশী শক্তিশালী কৰা ৫বিধ বিশেষ তেল
সৰিয়হৰ তেল -- সৰিয়হৰ তেল শিশুৰ শৰীৰত উষ্ণতা প্ৰদান কৰাৰ লগতে হাড় আৰু পেশী শক্তিশালী কৰাত সহায়ক বুলি প্ৰমাণিত হয় ৷
কাঠবাদামৰ তেল -- শিশুৰ মালিচৰ বাবে আলমণ্ড অইলক সৰ্বোত্তম তেল বুলি গণ্য কৰা হয় ৷ ইয়াত ভিটামিন ই থাকে যি ছাল আৰু চুলিৰ বাবে অতি স্বাস্থ্যকৰ ৷
অলিভ অইল -- অলিভ অইলত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে যিয়ে শিশুৰ ছালৰ কোষ গঠনত সহায় কৰে ৷
তিলৰ তেল -- তিল তেলেৰে মালিচ কৰিলে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পায়, যাৰ ফলত শিশু সক্ৰিয় হৈ পৰে আৰু সোনকালে শক্তি লাভ কৰে ৷
নাৰিকল তেল -- নাৰিকল তেলত প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে পেশীৰ পৰা জঠৰতা দূৰ কৰি শক্তিশালী কৰি তোলে ৷
কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত কি পিন্ধিব অভিনেত্ৰী কিয়াৰা আদৱানীয়ে