প্ৰচণ্ড গৰমত ৰোগৰ লক্ষণ

মূৰৰ বিষ

ওকট পাকট লগা

মূৰ ঘূৰোৱা

দুৰ্বলতা অনুভৱ হোৱা

খিংখিঙীয়া অনুভৱ হোৱা

পিয়াহ লগা

বহু বেছি ঘামি যোৱা

শৰীৰৰ উষ্ণতা বৃদ্ধি পোৱা

বেছিভাগ লোকৰ মতে, বাগিচাত কাম কৰিলে মেজাজৰ সতেজতা বৃদ্ধি আৰু উদ্বিগ্নতা হ্ৰাস হয়

click here to new story