ভাৰতত বিজ্ঞাপনৰ অৰিয়তে সৰ্বাধিক ধন উপাৰ্জন কৰা ব্যক্তিসকল

প্ৰথম স্থান আছে ক্ৰিকেটাৰ বিৰাট কোহলী। ২০২৩ বৰ্ষত বিজ্ঞাপনৰ পৰা কোহলীয়ে ২২.৭০কোটি ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত ₹১,৮৯১ কোটি উপাৰ্জন কৰিছে।

দ্বিতীয় স্থানত আছে অভিনেতা ৰণবীৰ সিং। অভিনেতা ৰণবীৰে বিজ্ঞাপনৰ পৰা ২০২৩বৰ্ষত ২০.৩১কোটি ডলাৰ অৰ্থাৎ ₹১,৬৮৬কোটি উপাৰ্জন কৰিছে।

তৃতীয় স্থানত আছে অভিনেতা শ্বাহৰুখ খান। ২০২৩ বৰ্ষত শ্বাহৰুখে বিজ্ঞাপনৰ পৰা ₹১,০০২কোটি উপাৰ্জন কৰিছে।

চতুৰ্থ স্থানত আছে অভিনেতা অক্ষয় কুমাৰ। ২০২৩ বৰ্ষত অক্ষয়ে বিজ্ঞাপনৰ পৰা $১১.১৭কোটি উপাৰ্জন কৰিছে।

পঞ্চম স্থানত আছে আলিয়া ভট্ট। ২০২৩ বৰ্ষত আলিয়াই বিজ্ঞাপনৰ পৰা $১০.১১কোটি উপাৰ্জন কৰিছে।

ষষ্ঠ স্থানত আছে দিপীকা পাডুকণ। ২০২৩ বৰ্ষত দিপীকাই বিজ্ঞাপনৰ পৰা $৯.৬কোটি উপাৰ্জন কৰিছে।

সপ্তম স্থানত আছে মহেন্দ্ৰ সিং ধোনী। ২০২৩ বৰ্ষত ধোনীয়ে বিজ্ঞাপনৰ পৰা $ ৯.৫৮কোটি উপাৰ্জন কৰিছে।

অষ্টম স্থানত আছে শচীন টেণ্ডুলকাৰ।

দশম স্থানত আছে ছলমান খান।

নতুন মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত ৭ গৰাকী মহিলা মন্ত্ৰী

click here to new story