গ্ৰীষ্মকালীন গুজৰাট ভ্ৰমণৰ ১০ টা শীৰ্ষ গন্তব্যস্থান

সপুতাৰা -- গুজৰাটৰ আটাইতকৈ পৰিচিত পাহাৰীয়া ঠাই।

প'লো অৰণ্য -- ইদাৰ চহৰৰ ওচৰতে অৱস্থিত প’লো অৰণ্য। প্ৰাচীন মন্দিৰ, ঘন অৰণ্যৰ পথৰ লগতে নিস্তব্ধ পৰিৱেশেৰে ভৰপূৰ।

ধাৰৈ বান্ধ -- সবৰমতী নদীৰ ওপৰত অৱস্থিত ধাৰৈ বান্ধ পিকনিক আৰু ফটোগ্ৰাফীৰ বাবে এক চিত্ৰময় স্থানত।

গিৰ্নাৰ -- জুনাগড়ৰ ওচৰৰ শৃংখলাবদ্ধ পৰ্বত গিৰ্নাৰ আধ্যাত্মিক তাৎপৰ্য্য বাবে বিখ্যাত।

জাম্বুঘোড়া -- জাম্বুঘোড়া বন্যপ্ৰাণী অভয়াৰণ্যকে ধৰি ঐতিহাসিক পাৱগধ দুৰ্গ অঞ্চলটো এক উত্তম গন্তব্যস্থান।

জুনাৰাজ -- ছোটৌডেপুৰ জিলাত অৱস্থিত জুনাৰাজ প্ৰাচীন মন্দিৰ আৰু মনোমোহা প্ৰাকৃতিক পৰিবেশৰ বাবে পৰিচিত।

ষ্টেটু অব ইউনিটি -- গুজৰাটৰ কেভাদিয়াৰ সমীপত অৱস্থিত ১৮২ মিটাৰ উচ্চতাৰ ষ্টেচু অৱ ইউনিটি বিশ্বৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি।

ধৰমপুৰ আৰু উইলছন হিলছ -- ভালছাদ জিলাত অৱস্থিত ধৰমপুৰ আৰু উইলছন হিলছ এক মনোমোহা পৰ্যটনস্থলী।

মেঘ মালহাৰ -- মেঘ মালহাৰ অঞ্চল বাৰিষাৰ সময়ত বিশেষভাৱে মনোমোহা হৈ পৰে। চহকী উদ্ভিদ আৰু চিত্ৰময় প্ৰাকৃতিক দৃশ্যৰ বাবে পৰিচিত।

ডং জিলাৰ ইক'-টুৰিজিম স্থান -- ডং জিলাৰ দুটা বিশিষ্ট স্থান হৈছে মহল আৰু দেৱীনামল।

নতুন মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত ৭ গৰাকী মহিলা মন্ত্ৰী

click here to new story