বিশ্বৰ আটাইতকৈ দীঘল দহখন দলং
ডানয়াং-কুনশ্বান গ্ৰেণ্ড ব্ৰীজ -- ১৬৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ চীনৰ এই দলংখন বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল দলং।
চাংহুয়া–কাওহছিং ভিয়াডাক্ট -- টাইৱানৰ এই ধাৰাবাহিক সংযুক্ত দলংৰ দৈৰ্ঘ্য ১৫৭ কিলোমিটাৰ। এইখন দলং ভূমিকম্প সহ্য কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছিল।
টিয়ানজিন গ্ৰেণ্ড ব্ৰীজ -- চীনৰ ১১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন বিশ্বৰ দ্বিতীয় দীঘলীয়া দলং। ই লেংফাংক কিংছিয়ানৰ সৈতে সংযোগ কৰে।
কাংডে গ্ৰেণ্ড ব্ৰীজ -- ১০৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন বিশ্বৰ অন্যতম দীঘল দলং।
ৱেইনান ৱেইহে গ্ৰেণ্ড ব্ৰীজ -- ৭৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন বিশ্বৰ অন্যতম দীঘল দলং।
বেং না এক্সপ্ৰেছৱে -- ৫৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন বিশ্বৰ অন্যতম দীঘল দলং।
মেট্ৰ' মেনিলা স্কাইৱে চিষ্টেম -- ফিলিপাইনছৰ এই ৩৯ কিলোমিটাৰ উচ্চ ঘাইপথটো যাতায়ত উন্নত কৰাৰ বাবে ডিজাইন কৰা হৈছিল।
লেক পণ্টচাৰ্ট্ৰেইন কজৱে -- ৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন বিশ্বৰ অন্যতম দীঘল দলং।
য়ুহান মেট্ৰ’ ব্ৰীজ -- ৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন বিশ্বৰ অন্যতম দীঘল দলং।
ঐতিহাসিক পুৰণিগুদাম জামে মছজিদ; প্ৰতিষ্ঠা - ১৮২৪; নগাঁও জিলাৰ পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ন আলিৰ মূৰত অৱস্থিত এই মছজিদটো