india-news
খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ বাবে অসম চৰকাৰে চলাব সমীক্ষা, কেবিনেটত শীঘ্ৰে গ্ৰহণ কৰিব সিদ্ধান্ত
দৌলত ৰহমান / গুৱাহাটী
অসমৰ খিলঞ্জীয়া মুছলমান জনগোষ্ঠী গৰিয়া, মৰিয়া, আৰু দেশীৰ আৰ্থ-সামাজিক অৱস্থাৰ বিষয়ে জানিবলৈ এক সমীক্ষা চলাবলৈ ৰাজ্য চৰকাৰে অতি সোনকালে কে...