ENGLISH
हिंदी
اردو
অসমীয়া
मराठी
عربي
বাতৰি
সমাজ
ব্যক্তিত্ব
ঐতিহ্য
যুৱ পৰিক্ৰমা
ক্ৰীড়া
মতামত
অধিক
ভাৰত
দেশ - বিদেশ
মহিলা আৰু শিশু
জীৱনশৈলী
মনোৰঞ্জন
ভিডিঅ
গ্যাজেট
শিক্ষা
স্বাস্থ্য আৰু স্বচ্ছতা
Top Stories
Mukut-Sarma
culture-news
৬ দশক পুৰণি ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱে প্রাণোচ্ছল কৰি তুলিছে মুছলমান অধ্যুষিত বিলাসীপাৰাক
মুকুট শৰ্মা / বিলাসীপাৰা বহু ইতিহাসৰ সাক্ষী গৌৰাং নৈৰ পাৰত অৱস্থিত বিলাসীপাৰা পশ্চিম অসমৰ এখন অতি পুৰণি চহৰ। চহকী ঐতিহ্য-সংস্কৃতিৰে ভৰা বিলাসীপাৰা যুগে যুগে ঐক্য...
21 Nov 2024
1 min read
sport-news
শিৱসাগৰৰ ৰেহান আহমেদ কেনেকৈ ভাৰতীয় ফুটবলৰ ভৱিষ্যতৰ তাৰকা হিচাপে চিহ্নিত হ'ল
মুকুট শৰ্মা / গুৱাহাটী ফুটবল প্ৰশিক্ষক অনিল আচাৰ্য্যৰ ওচৰলৈ এদিন দেউতাকৰ সৈতে আহিছিল এটা কণমানি শিশু। বয়স আছিল মাত্ৰ ৪ বছৰ। পিতৃ ছিৰাজুদ্দিন আহমেদে শিশুটোৰ মাজত থ...
30 Jul 2024
1 min read
sport-news
মিছন ২০৩৬ অলিম্পিকঃ লাভিছ চৌধুৰীৰ অভিলাসী প্ৰকল্পলৈ সমৰ্থন ছানিয়া মিৰ্জা, এমচি মেৰী কমৰ
মুকুট শৰ্মা / গুৱাহাটী বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ অলিম্পিকত এদিন দপদপাই থাকিব ভাৰতে। ভাৰতৰ ক্ৰীড়াবিদসকলৰ চমকপ্ৰদ প্ৰদৰ্শনে সমগ্ৰ বিশ্ববাসীৰ হৃদয় জয় কৰিব...
24 Jul 2024
1 min read
sport-news
আন্তঃৰাষ্ট্ৰীয় অভিষেকৰ বাবে উমা চেত্ৰী এতিয়া পৰিপক্ক আৰু অভিজ্ঞ হৈ উঠিছেঃ আশাবাদী প্ৰশিক্ষক ৰাজা ৰহমান
মুকুট শৰ্মা / গুৱাহাটী অসমৰ বিৰল প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক দ্বিপাক্ষিক শৃংখলাত আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱাৰ সù...
02 Jun 2024
1 min read
youth-news
সত্ৰীয়া সংস্কৃতিক নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰিবলৈ সংকল্পবদ্ধ প্ৰতিভাৱান শিল্পী আৰিশ্বা শ্বেখ
মুকুট শৰ্মা / গুৱাহাটী সত্ৰীয়া নৃত্য হৈছে ভাৰতৰ সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্য্যদা প্ৰদান কৰা ৮টা নৃত্য শৈলীৰ অন্যতম। মহাপুৰুষ শ্ৰীমন্ত শং...
11 May 2024
1 min read
sport-news
কামৰূপৰ নগৰবেৰাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবললৈ আব্দুল বাতেনৰ সফলতাৰ যাত্ৰা
মুকুট শৰ্মা / গুৱাহাটী ভলীবল অসমৰ গ্ৰামাঞ্চলৰ অতি জনপ্ৰিয় আৰু আদৰৰ খেল। কামৰূপ জিলাৰ নগৰবেৰা অঞ্চলো ইয়াৰ ব্যতিক্ৰম নহয়। বহু দশক ধৰি ভলীবলৰ উন্মাদনাই গাঁওবাসীক আচ...
11 Feb 2024
1 min read
youth-news
ছাকিল ইনজামে দিলে অসম আৰক্ষীৰ নৱগঠিত কমাণ্ডো দলক অস্ত্ৰবিহীন যুঁজৰ প্ৰশিক্ষণ
মুকুট শৰ্মা / গুৱাহাটী গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত নিজৰ শক্তি-সামৰ্থ...
02 Feb 2024
1 min read
sport-news
প্ৰতিশোধৰ যুঁজত জয়ী হওঁক ভাৰত, দেশবাসীয়ে উদযাপন কৰক গৌৰৱৰ এনিশা
মুকুট শৰ্মা আহমেদাবাদত আজি ভাৰতৰ প্ৰতিশোধৰ যুঁজ, কেতিয়াও পাহৰিব নোৱাৰা গধুৰ বেদনা দূৰ কৰাৰ যুঁজ। ২০ বছৰ পূৰ্বে জোহান্সবাৰ্গত ৰিকী পণ্টিং, ডেমিয়েন মাৰ্টিন, গ্লেন ম...
19 Nov 2023
1 min read
sport-news
আজি আহমেদাবাদত Mother Of All Cricket Battles
মুকুট শৰ্মা / গুৱাহাটী ইজৰাইল-পেলেষ্টাইনৰ ৰক্তাক্ত সংঘাতে বিশ্বক অস্থিৰ কৰাৰ সময়তে ভাৰতীয় উপ-মহাদেশত বলিছে ক্ৰিকেটৰ উত্তপ্ত বতাহ। কিয়নো, সন্মুখত Mother Of All Cricket Battles। ক্ৰিকেটক ...
14 Oct 2023
1 min read
sport-news
ইংলিছ চেনেল সফলতাৰে সাঁতুৰি ইতিহাস ৰচিলে অসমৰ জলকোঁৱৰ এলভিছ আলী হাজৰিকাই
মুকুট শৰ্মা / গুৱাহাটী দীৰ্ঘ অপেক্ষাৰ অন্তত অৱশেষত ইংলিছ চেনেল সফলতাৰে অতিক্ৰম কৰি ইতিহাস ৰচিছে অসমৰ জলকোঁৱৰ এলভিছ আলী হাজৰিকাই। ইংলেণ্ডৰ ছেম্পফায়াৰৰ পৰা ফ্ৰানú...
19 Jul 2023
1 min read
sport-news
টীম ইণ্ডিয়াৰ নতুন সদস্য অসম কন্যা উমা চেত্ৰীৰ সফলতাৰ আঁৰৰ ২ ব্যক্তি
মুকুট শৰ্মা / গুৱাহাটী বোকাখাতৰ বিৰল প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীয়ে শেহতীয়াকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ভাৰতীয় ছিনিয়ৰ কú...
05 Jul 2023
1 min read
opinion-news
ধৰ্মনিৰপেক্ষতা আৰু অসমীয়া সমাজ
মুকুট শৰ্মা অসম শব্দটোৰ ধাৰণাৰ লগত সম্পৃক্ত হৈ আছে অসমীয়া সমাজখন। সৰল অৰ্থত অসমত বসবাস কৰা খিলঞ্জীয়া বা থলুৱাৰ লগতে অসমীয়া জাতিসত্তাৰ বুকুত নিজকে বিলীন কৰি দ...
19 Jun 2023
1 min read
culture-news
ইতিহাস আৰু মোগল: কিছু চিন্তা
মুকুট শৰ্মা মোগল বিতর্কই সমগ্ৰ ৰাজ্যখনৰ চিন্তাশীল আৰু জাতীয়তাবাদী শিবিৰত মৃদু ভূমিকম্পৰ সৃষ্টি কৰিছে। এনে সময়তে অসমত পাঠ্যপুথিকেন্দ্ৰিক বিতৰ্কৰ অন্তৰালত...
12 Apr 2023
1 min read
personality-news
অন্তৰাত্মাক স্পৰ্শ কৰা মননশীল ছবিতহে অভিনয় কৰি যাম: আইদেউ সন্দিকৈ বঁটা বিজয়ী ডাঃ জাহানাৰা বেগম
মুকুট শৰ্মা / গুৱাহাটী অন্তৰাত্মাক স্পৰ্শ কৰা মননশীল ছবিত অভিনয়েৰে সমাজক এক সুস্থ বাৰ্তা দি যাব বিচাৰে অসমৰ যশস্বী অভিনেত্ৰী ডাঃ জাহানাৰা বেগমে। বহু সময়ত তেওঁ বহু...
15 Mar 2023
1 min read
stories-news
মছজিদ কৰ্তৃপক্ষৰ ১৫ বছৰীয়া দাবী পূৰণ, কৱৰস্থান সম্প্ৰসাৰণৰ বাবে ৫ বিঘা ভূমি দান ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ
মুকুট শৰ্মা / গুৱাহাটী হিন্দু-মুছলমানৰ মিলনৰ তীৰ্থভূমি অসম। মুছলমানৰ আজান, হিন্দুৰ শংখ ধ্বনিয়ে মুখৰিত কৰা এই অসম ভূমিত গাত গা লগাকৈ আছে মুছলমানৰ পোৱা মক্কা, হিন্দু...
10 Feb 2023
1 min read
india-news
সীতাৰমণৰ কেন্দ্ৰীয় বাজেটত কৰদাতালৈ বৃহৎ সকাহ, বছৰি উপাৰ্জন ৭ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই
নতুন দিল্লী এবছৰত ৭ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰাসকলে এতিয়াৰে পৰা চৰকাৰক আদায় দিব নালাগে কোনো আয়কৰ। ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দেশৰ কোটি কোটি মধ্যবিত্ত শ্ৰেণীৰ ...
01 Feb 2023
1 min read
Show more
Loading...