ENGLISH
हिंदी
اردو
অসমীয়া
मराठी
عربي
বাতৰি
সমাজ
ব্যক্তিত্ব
ঐতিহ্য
যুৱ পৰিক্ৰমা
ক্ৰীড়া
মতামত
অধিক
ভাৰত
দেশ - বিদেশ
মহিলা আৰু শিশু
জীৱনশৈলী
মনোৰঞ্জন
ভিডিঅ
গ্যাজেট
শিক্ষা
স্বাস্থ্য আৰু স্বচ্ছতা
Top Stories
Pallab-Bhattacharyya
society-news
সহানুভূতি আৰু শান্তিঃ 'বুদ্ধ চে কবীৰ টক' শীৰ্ষক যাত্ৰাৰ পৰা লাভ কৰা শিক্ষা
পল্লব ভট্টাচাৰ্য্য সহানুভূতি আৰু শান্তিৰ দৰে মৌলিক নীতিয়ে সমগ্ৰ বিশ্বতে ঘৃণাজনিত অপৰাধৰ বৃদ্ধি পোৱা জোৱাৰক প্ৰতিহত কৰিব পাৰে। এই মূল্যবোধসমূহে সমাজ পৰিৱৰ্ö...
21 Nov 2024
1 min read
society-news
ৱাকফৰ ক্ৰমবৰ্দ্ধমান বিকাশ-বহুত্ববাদী সমাজৰ বাবে প্ৰত্যাহ্বান আৰু সুযোগ
পল্লব ভট্টাচাৰ্য ৱাকফ হৈছে ধৰ্মীয় বা দাতব্য কামত সম্পত্তি দান কৰা এক ইছলামিক প্ৰথা। এই সম্পত্তি বিক্ৰী বা হস্তান্তৰ কৰিব নোৱাৰি। ৱাকফৰ লক্ষ্য হৈছে মুছলমান সম্&...
03 Nov 2024
1 min read
opinion-news
অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি আৰু কিছু চিন্তা
পল্লব ভট্টাচাৰ্য্য অষ্ট্ৰিয়াৰ দাৰ্শনিক লুডৱিগ উইটজেনষ্টাইনে কৈছিলঃ "মোৰ ভাষাৰ সীমা মানে মোৰ পৃথিৱীৰ সীমা"। তেওঁৰ এই বিখ্যাত উক্তিয়ে এই বিষয়টো প্ৰতিফলিত ক...
05 Oct 2024
1 min read
opinion-news
বিত্তীয় জালিয়াতিৰ উন্মোচন: অসমত বিনিয়োগৰ অন্ধকাৰ দিশ
পল্লব ভট্টাচাৰ্য্য শেহতীয়া বছৰবোৰত অসম অনলাইন/অফলাইন বিনিয়োগ কেলেংকাৰিৰ ৰম্যভূমি হৈ পৰিছে। সৰ্বসাধাৰণ লোকৰ জীৱনৰ সমস্ত সঞ্চয়ৰ ধন লুণ্ঠন কৰা এনে প্ৰৱঞ্চনা...
07 Sep 2024
1 min read
opinion-news
সমাজখনক পুনৰ গঢ় দিব লাগিবঃ মহিলাৰ বিৰুদ্ধে অপৰাধ প্ৰতিৰোধৰ কৌশল
পল্লব ভট্টাচাৰ্য যোৱা ৯ আগষ্টত কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালত এগৰাকী চিকিৎসকৰ ওপৰত হোৱা দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই সামগ্ৰিকভাৱে ভাৰত আৰ...
27 Aug 2024
1 min read
opinion-news
বাংলাদেশৰ অস্থিৰ পৰিস্থিতিয়ে ভাৰত তথা অসমক কিদৰে প্ৰভাৱিত কৰিব
পল্লৱ ভট্টাচাৰ্য বাংলাদেশত হিংসাত্মক ৰূপ ধাৰণ কৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচীৰ সূচনা হৈছিল ২০২৪ চনৰ জুলাই মাহত। চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থাৰ বিৰোধù...
06 Aug 2024
1 min read
opinion-news
আৰক্ষী বিষয়া শিলাদিত্য চেতিয়াৰ আত্মহত্যা আৰু সমাজৰ বাবে শিক্ষা
পল্লব ভট্টাচাৰ্য্য 'পত্নীৰ মৃত্যুৰ কিছু মিনিট পিছতে আত্মহত্যা কৰিলে গৃহ সচিবে'-এয়া আছিল ২০২৪ চনৰ ১৯ জুনৰ সকলো সংবাদ মাধ্যমৰ প্ৰধান বাতৰি। অসুস্থ পত্নীৰ মৃত্যুৰ...
24 Jun 2024
1 min read
opinion-news
সৰ্ব ধৰ্ম সমভাৱ: বিভিন্নতাৰ মাজত একতাৰ দেশৰ বচন
পল্লব ভট্টাচাৰ্য্য শিহৰণকাৰী বৈচিত্ৰ্যৰ দেশ ভাৰতে সংস্কৃতি, ভাষা আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মৰ বিভিন্নতাৰ মাজত সকলো ধৰ্মৰ প্ৰতি থকা সহজাত সমভাৱৰ বাবে গৰ্ব ক...
13 Jun 2024
1 min read
opinion-news
যেতিয়া স্মৃতিবোৰ জীৱনৰ বাবে সম্পদ হৈ উঠে...
পল্লব ভট্টাচাৰ্য্য “যেতিয়া আপুনি ভালপোৱা আৰু সন্মান কৰা কোনোবা এজনব্যক্তি স্মৃতি হৈ পৰে, তেতিয়া সেইস্মৃতি আপোনাৰ জীৱনৰ বাবে এটা সম্পদ হৈ উঠে”-এই উক্তিটো মোৰ বা&...
24 Feb 2024
1 min read
opinion-news
সহস্ৰাব্দ ধৰি বিস্তৃত হৈ থকা ভাৰত-ফ্ৰান্স সম্পৰ্কৰ এক বিৱৰ্তনশীল ধাৰা
পল্লব ভট্টাচাৰ্য্য ভাৰত আৰু ফ্ৰান্সৰ সম্পৰ্কৰ কাহিনী দুই সহস্ৰাব্দ ধৰি বিস্তৃত হৈ আছে। ই হৈছে অন্বেষণ, বাণিজ্য, সংঘাত, আৰু সাংস্কৃতিক বিনিময়ৰ সূতাৰে বন্ধা এক অট...
27 Jan 2024
1 min read
opinion-news
An Unfinished Search: এটা পৰিয়ালৰ তিনিটা প্ৰজন্মৰ পৰিচয় আৰু শিপাৰ সন্ধানৰ মনোৰম কাহিনী
পল্লব ভট্টাচাৰ্য যশস্বী লেখিকা ৰশ্মি নাৰ্জাৰীক নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। শিশু সাহিত্যৰ 'সাহিত্য একাডেমী বঁটা' বিজয়ী ৰশ্মি নাৰ্জাৰীয়ে পুনৰবাৰ ...
03 Jan 2024
1 min read
opinion-news
কৃত্ৰিম বুদ্ধিমত্তা আৰু উন্নয়ন
পল্লব ভট্টাচাৰ্য বিগত ৭-১০-২৩ তাৰিখে হামাছ নামৰ উগ্ৰপন্থী সংগঠনে ইজৰাইলক কৰা আক্ৰমণ আৰু ইজৰাইলৰ বিধ্ৱংসী প্ৰত্যাক্ৰমণে এই ঐতিহাসিক অৱশ্য সমস্যা আৰু কৃত্ৰিম বু...
26 Nov 2023
1 min read
opinion-news
ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষা আৰু জি-২০ শীৰ্ষ সন্মিলন
পল্লৱ ভট্টাচাৰ্য্য ২৩০০ বছৰতকৈও অধিক সময় পূৰ্বে ভাৰতৰ বিদগ্ধ পণ্ডিত চাণক্যই এখন দেশে সন্মুখীন হোৱা আভ্যন্তৰীণ সুৰক্ষা ভাবুকিক চাৰিটা ভাগত ভাগ কৰিছিল। সেয়া হ&rsq...
04 Sep 2023
1 min read
opinion-news
আজাদী কা অমৃত মহোৎসৱৰ পটভূমিত ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষা
পল্লব ভট্টাচাৰ্য্য ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ পেটেলে এবাৰ কৈছিল,"দেশৰ প্ৰথম প্ৰয়োজনীয়তা আছিল বাহ্যিক আৰু আভ্যন্তৰীণ সুৰক্ষা। সুৰক্ষা নাথাকিলে আপোনাৰ কোনো পৰিক...
09 Aug 2023
1 min read
opinion-news
মণিপুৰৰ সংঘাত নিৰাময় কৰিবলৈ কুকি-মেইটেইৰ মাজত বিভাজন শীঘ্ৰে দূৰ কৰিব লাগিব
পল্লব ভট্টাচাৰ্য্য উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰসিদ্ধ লেখক জয়দীপ মজুমদাৰে ২০ জুলাইত 'স্বৰাজ্যʼত লিখা তেওঁৰ প্ৰবন্ধ “Kuki-Meitei divide is permanent now”ত নিম্নোক্ত কাৰণবোৰৰ বাবে ৰাজ্যখনৰ বৰ্তম...
27 Jul 2023
1 min read
Show more
Loading...