ইফালে, দেশক প্ৰথমটো বিটা জেনেৰেচনৰ কেঁচুৱা দিবলৈ পাই সুখ প্ৰকাশ কৰে মাতৃগৰাকীয়ে। ভৱিষ্যতবিদ মাৰ্ক মেকক্ৰিণ্ডলে ২০২৫ চনৰ পৰা ২০৩৯ চনৰ ভিতৰত জন্ম হোৱা শিশুক সংজ্ঞায়িত কৰিবলৈ ‘জেন বিটা’ শব্দটোৰ উদ্ভাৱন কৰি কয় যে ২০৩৫ চনৰ ভিতৰত তেওঁলোকে বিশ্বৰ জনসংখ্যাৰ ১৬ শতাংশ পূৰণ কৰিব।#Story | Mizoram welcomes India's first 'Generation Beta' baby, Frankie Remruatdika Zadeng, born on Jan 1, 2025, at Synod Hospital, marking the start of a new generational milestone. #GenerationBeta #Mizoram pic.twitter.com/3B9ncbH4qD
— Lokmat Times Nagpur (@LokmatTimes_ngp) January 5, 2025
তেওঁৰ ব্লগ পোষ্টত মেকক্ৰিণ্ডলে বুজাই দিছে যে তেওঁলোক জেন ৱাই (মিলেনিয়াল) আৰু বয়সস্থ জেন জেডৰ সন্তান হ’ব আৰু লগতে কয় যে জেন বিটাৰ বহু কেঁচুৱাই ২২ শতিকা চাবলৈ জীয়াই থাকিব। জেন বিটাৰ সন্তানসকল এনে এটা যুগত জীয়াই থাকিব, য'ত শিক্ষা আৰু কৰ্মক্ষেত্ৰৰ পৰা স্বাস্থ্যসেৱা আৰু মনোৰঞ্জনলৈকে কৃত্ৰিম বুদ্ধিমত্তা আৰু অটোমেচন দৈনন্দিন জীৱনত সম্পূৰ্ণৰূপে নিহিত হৈ থাকিব।मिजोरम में देश के पहले Generation Beta बेबी का जन्म 1 जनवरी, 2025 को सुबह 12:03 बजे आइजोल के Durtlang स्थित Synod Hospital में हुआ।
— आकाशवाणी समाचार (@AIRNewsHindi) January 4, 2025
Rankie Remruatdika Zadeng भारत में जेनरेशन बीटा का पहला बच्चा है ।#GenerationBeta | #GenerationBetaBaby pic.twitter.com/JiWOAXQLZI