ভাৰতীয় এদিনীয়া দলৰ সহঃ অধিনায়ক স্মৃতিয়ে ২০১৮ চনত কেৰিয়াৰত প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছিল। এদিনীয়াত এই সন্মানৰ উপৰিও স্মৃতিয়ে ২০১৮ আৰু ২০২১ চনত আই চি চিৰ বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপেও নিৰ্বাচিত হৈছিল। ২০২৪ চনত স্মৃতি মান্ধনাই ১৩খন মেচত গড়ে ৫৭.৪৬কৈ চাৰি শতকসহ ৭৯৪ ৰান সংগ্ৰহ কৰিছিল। যোৱা বছৰ ৫০ অভাৰৰ ফৰ্মেটত তেওঁ আছিল আগশাৰীৰ ৰানসংগ্ৰহকাৰী।Congratulations to @mandhana_smriti, who has been adjudged ICC Women's ODI Cricketer of the Year.
— BCCI Women (@BCCIWomen) January 27, 2025
She scored 4 centuries and 3 half-centuries in 13 matches at an average of 57.46.
Keep soaring high, Smriti 🫡🫡#TeamIndia pic.twitter.com/jlBJfKKXrY