বিধ্বংসী বানপানীৰ কবলত মধ্য-পূৱ ইউৰোপ

Story by  atv | Posted by  [email protected] • 2 d ago
বিধ্বংসী বানপানীৰ কবলত মধ্য-পূৱ ইউৰোপ
বিধ্বংসী বানপানীৰ কবলত মধ্য-পূৱ ইউৰোপ
 
নতুন দিল্লী
 
বিধ্বংসী বানৰ কবলত পৰিছে মধ্য আৰু পূব ইউৰোপৰ বহু দেশ। বৰিছ নামৰ ধুমুহাৰ পিচতে মধ্য আৰু পূব ইউৰোপৰ দেশ পোলেণ্ড, অস্ট্রিয়া আৰু ৰোমানিয়াত ভয়ংকৰ বানপানীয়ে বহু লোকৰ ক্ষতি কৰিছে। 
 
অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাক দুর্যোগপ্রবণ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। ৰোমানিয়া আৰু অষ্ট্রিয়াত বহু লোকে বানপানীৰ বাবে প্রাণ হেৰুৱাই ছে। 
 
চেকোশ্ল 'ভাকিয়াত বহু লোক সন্ধানহীন হৈ থকাৰ লগতে উত্তৰ প্ৰান্তত ৫১ হেজাৰ পৰিয়াল ক্ষতিগ্রস্ত হৈছে। জলবায়ু পৰিবৰ্তনৰ বাবে অকস্মাতে পূব আৰু মধ্য ইউৰোপত এনে জলপ্রলয়ে দেখা দিছে।