আইচিচি (আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত)য়ে নেতানিয়াহু আৰু গেলেণ্টক হত্যা, নিৰ্যাতন, অমানৱীয় কাৰ্য্যকে ধৰি মানৱতাৰ বিৰুদ্ধে অপৰাধৰ লগতে যুদ্ধৰ পদ্ধতি হিচাপে অনাহাৰৰ যুদ্ধাপৰাধৰ অভিযোগ উত্থাপন কৰে। অভিযোগ অনুসৰি তেওঁলোকে গাজাত সাধাৰণ নাগৰিকৰ বাবে খাদ্য, পানী, চিকিৎসা সাহায্যৰ দৰে অত্যাৱশ্যকীয় যোগান সীমিত কৰি ৰাখিছিল, যাৰ ফলত শিশুকে ধৰি ভয়াৱহ মানৱীয় সংকট আৰু মৃত্যুৰ সৃষ্টি হৈছিল।The International Criminal Court has announced that it is issuing international arrest warrants for Israel’s Prime Minister Benjamin Netanyahu and former Defence Minister Yoav Gallant, alleging war crimes. pic.twitter.com/bLGRXEZIyI
— Al Jazeera English (@AJEnglish) November 21, 2024